SEBA Class X Social Science Economics Chapter 2 MCQ Assamese Medium
{
"questions": [
{
"question": "উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি হ’ল—",
"options": ["অর্থনৈতিক বিকাশ।", "বিশ্বায়ন।", "অর্থনৈতিক উন্নয়ন।", "ওপৰৰ এটাও নহয়।"],
"answer": 1
},
{
"question": "সেউজ বিপ্লৱৰ সূচনা হয় —",
"options": ["৬০ দশকৰ মাজত।", "৭০ দশকৰ মাজত।", "৫০ দশকৰ মাজত।", "৮০ দশকৰ মাজত।"],
"answer": 0
},
{
"question": "ভাৰত চৰকাৰে দেশৰ অৰ্থনৈতিক সংস্কাৰ নীতি গ্ৰহণ কৰে—",
"options": ["১৯৯১ চনত।", "১৯৯৫ চনত।", "১৯৯২ চনত।", "১৯৯৬ চনত।"],
"answer": 0
},
{
"question": "UNDP ৰ অন্তৰ্গত প্ৰথমখন মানৰ উন্নয়ন প্রতিবেদন প্রকাশ হৈছিল —",
"options": ["১৯০০ চনত।", "১৯৯০ চনত।", "১৯৮৫ চনত।", "১৯৯৫ চনত।"],
"answer": 1
},
{
"question": "এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ বা সামগ্ৰীৰ মুদ্রাগত মূল্যই হ’ল—",
"options": ["জাতীয় আয়।", "ব্যক্তিগত আয়।", "জনমুৰি আয়।", "ওপৰৰ এটাও নহয়।"],
"answer": 0
},
{
"question": "তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয়—",
"options": ["প্রত্যাশিত আয়ুস।", "শিক্ষা।", "জীৱন যাত্ৰাৰ মান।", "জনমুৰি আয়।"],
"answer": 3
},
{
"question": "NITI আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল—",
"options": ["দিল্লীত।", "কলিকতাত।", "লক্ষ্মৌত।", "মুম্বাইত।"],
"answer": 0
},
{
"question": "NITI আয়োগ গঠন কৰা বুলি ঘোষণা কৰা হয়—",
"options": ["২০১৫ চনৰ ৩১ ডিচেম্বৰত।", "২০১৪ চনৰ ৩১ জানুৱাৰীত।", "২০১৫ চনৰ ১ জানুৱাৰীত।", "২০১৫ চনৰ ৩১ মাৰ্চত।"],
"answer": 2
},
{
"question": "NITI আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়-",
"options": ["৪ ফেব্ৰুৱাৰী, ২০১৫ চনত।", "৮ ফেব্ৰুৱাৰী, ২০১৫ চনত।", "৮ ফেব্ৰুৱাৰী, ২০১৪ চনত।", "৪ ফেব্ৰুৱাৰী, ২০১৪ চনত।"],
"answer": 1
}
]
}
Comments
Post a Comment