SEBA Class X Social Science Economics Chapter 1 MCQ Assamese Medium

{ "questions": [ { "question": "তলত উল্লেখ কৰাবোৰৰ কোনটো কৃষি উন্নয়ন বেংক?", "options": ["NABARD.", "SBI.", "RBI.", "IDBI."], "answer": 0 }, { "question": "তলত উল্লেখ কৰা মুদ্ৰাৰ প্ৰকাৰৰ ভিতৰত অবিহিত মুদ্ৰাটো হ’ল—", "options": ["কাগজী মুদ্রা।", "ধনাদেশ মুদ্রা।", "ধাতু মুদ্রা।", "আদেশ মুদ্রা।"], "answer": 3 }, { "question": "ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ’ল—", "options": ["ভাৰতীয় ষ্টেট বেংক।", "ভাৰতীয় ইউনিয়ন বেংক।", "ভাৰতৰ ৰিজাৰ্ভ বেংক।", "ভাৰতীয় ইউনাইটেড বেংক।"], "answer": 2 }, { "question": "ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা—", "options": ["কেন্দ্রীয় বেংক।", "সমবায় বেংক।", "বাণিজ্যিক বেংক।", "কৃষি উন্নয়ন বেংক।"], "answer": 2 }, { "question": "ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল—", "options": ["১৯২৮ চনত।", "১৯৪৫ চনত।", "১৯৩৫ চনত।", "১৯৪৭ চনত।"], "answer": 2 }, { "question": "ঔদ্যোগিক উন্নয়ন (IDBI) বেংক স্থাপন হৈছিল —", "options": ["১৯৪৬ চনত।", "১৮৬৪ চনত।", "১৮৪৬ চনত।", "১৯৬৪ চনত।"], "answer": 3 }, { "question": "NABARD স্থাপন কৰা হৈছিল—", "options": ["১৯৬২ চনত।", "১৯৬৬ চনত।", "১৯৭২ চনত।", "১৯৮২ চনত।"], "answer": 3 }, { "question": "SIDBI ৰ মুখ্য কার্যালয়—", "options": ["লক্ষ্ণৌত।", "দিল্লীত।", "কলিকতাত।", "ৰাজস্থানত।"], "answer": 0 }, { "question": "১৭৭০ চনত ভাৰতত প্ৰথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল?", "options": ["ভাৰতীয় ৰিজাৰ্ভ বেংক।", "বেংক অব হিন্দুস্থান।", "ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক।", "ভাৰতীয় ক্ষুদ্র উদ্যোগ বিকাশ বেংক।"], "answer": 1 }, { "question": "মুদ্ৰাৰ প্ৰধান কার্য—", "options": ["10.", "5.", "4.", "3."], "": 2 }, { "question": "বহল অৰ্থত মুদ্রা কেই প্ৰকাৰৰ—", "options": ["2.", "4.", "5.", "6."], "answer": 0 }, { "question": "চেক এবিধ —", "options": ["কাগজী মুদ্রা।", "প্রতীক মুদ্রা।", "বিহিত মুদ্রা।", "অবিহিত মুদ্রা।"], "answer": 3 }, { "question": "ভাৰতবৰ্ষৰ মান মুদ্ৰা হ’ল—", "options": ["টকা।", "ডলাৰ।", "পাউণ্ড।", "য়েন।"], "answer": 0 }, { "question": "বেংক অব ভেনিচ স্থাপন হৈছিল—", "options": ["ইটালীত।", "ৰোমত।", "ফ্ৰান্সত।", "ৰাছিয়াত।"], "answer": 0 }, { "question": "গুৱাহাটী স্থাপিত হৈছিল—", "options": ["১৯২০ চনত।", "১৯২৬ চনত।", "১৯৩০ চনত।", "১৯৩২ চনত।"], "answer": 1 } ] }

Comments

Popular posts from this blog

SEBA Class X Social Science Political Science Chapter 2 MCQ Assamese Medium

SEBA Class 10 Social science HSLC Question Paper 2024 MCQ

SEBA Class X General Science Chapter 16 MCQ