SEBA Class X Social Science Political Science Chapter 1 MCQ Assamese Medium
{
"questions": [
{
"question": "ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰে—",
"options": ["১৯৪৭ চনৰ ২৬ জানুৱাৰী", "১৯৪৭ চনৰ ১৫ আগষ্ট", "১৯৪৮ চনৰ ২৬ জানুৱাৰী", "১৯৫০ চনৰ ২৬ জানুৱাৰী"],
"answer": 1
},
{
"question": "ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে—",
"options": ["আছে", "নাই", "ব্যৱস্থা হ’বহে", "ওপৰৰ এটাও নহয়"],
"answer": 1
},
{
"question": "১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত জয়ী হোৱা দলটো—",
"options": ["শ্রমিক দল", "ৰাজনৈতিক দল", "কমিউনিষ্ট দল", "বনুৱা দল"],
"answer": 0
},
{
"question": "ভাৰতত সংবিধান সভা গঠন হৈছিল—",
"options": ["মুছলিম লীগৰ তৎপৰতাত", "কেবিনেট মিছনৰ তৎপৰতাত", "জাতীয় কংগ্ৰেছৰ তৎপৰতাত", "কমিউনিষ্ট দলৰ তৎপৰতাত"],
"answer": 1
},
{
"question": "‘Foedus’ শব্দৰ অৰ্থ হ’ল—",
"options": ["যুদ্ধ অথবা শান্তি", "চুক্তি অথবা সন্ধি", "যুদ্ধ অথবা সন্ধি", "যুদ্ধ অথবা ধ্বংস"],
"answer": 1
},
{
"question": "ইংৰাজী ‘Federation’ শব্দটো আহিছে—",
"options": ["গ্ৰীক শব্দ Foedus ৰ পৰা", "গ্ৰীক শব্দ Foedos ৰ পৰা", "লেটিন শব্দ Foedus ৰ পৰা", "লেটিন শব্দ Foedos ৰ পৰা"],
"answer": 2
},
{
"question": "ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষজন হ’ল—",
"options": ["ড° বি আৰ আম্বেদকাৰ", "ড° ৰাজেন্দ্ৰ প্ৰসাদ", "সৰ্বপল্লী ৰাধাকৃষ্ণণ", "জৱাহৰলাল নেহৰু"],
"answer": 0
},
{
"question": "সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নির্বাচিত হৈছিল—",
"options": ["ড° বি আৰ আম্বেদকাৰ", "ড° ৰাজেন্দ্ৰ প্ৰসাদ", "জৱাহৰলাল নেহৰু", "গোপাল কৃষ্ণ আয়েঙ্গাৰ"],
"answer": 1
},
{
"question": "সংবিধান সভাৰ প্ৰথম বৈঠক বহিছিল—",
"options": ["১৯৪৭ চনৰ ৯ ডিচেম্বৰ", "১৯৪৭ চনৰ ১০ ডিচেম্বৰ", "১৯৪৬ চনৰ ১ ডিচেম্বৰ", "১৯৪৫ চনৰ ৯ ডিচেম্বৰ"],
"answer": 2
},
{
"question": "সার্বভৌমত্ব মানে—",
"options": ["ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা", "ৰাজ্যৰ সৰ্বোচ্চ ক্ষমতা", "ব্যক্তিৰ অধিকাৰ", "ওপৰৰ এটাও নহয়"],
"answer": 0
},
{
"question": "‘যুক্তৰাষ্ট্ৰ’ শব্দটো উল্লেখ নাই—",
"options": ["ভাৰতৰ সংবিধানত", "আমেৰিকাৰ সংবিধানত", "ইংলেণ্ডৰ সংবিধানত", "কানাডাৰ সংবিধানত"],
"answer": 0
},
{
"question": "পৃথিৱীৰ বৃহত্তম গণতান্ত্রিক দেশ—",
"options": ["চীনদেশ", "ইংলেণ্ড", "ভাৰতবৰ্ষ", "কানাডা"],
"answer": 2
},
{
"question": "জনমত হ’ল—",
"options": ["সংখ্যাগৰিষ্ঠতাৰ মত", "জনসাধাৰণৰ মত", "কল্যাণকামী মত", "সকলোৰে মত"],
"answer": 2
},
{
"question": "বৰ্তমান যুগৰ উত্তম চৰকাৰ—",
"options": ["ৰাজতন্ত্র", "প্রজাতন্ত্র", "গণতন্ত্র", "ধনতন্ত্র"],
"answer": 2
},
{
"question": "ভাৰতত বৰ্তমান প্রচলিত চৰকাৰ—",
"options": ["ৰাষ্ট্ৰপতীয়", "গণতান্ত্রিক", "মৰ্চা", "সংসদীয়"],
"answer": 3
}
]
}
Comments
Post a Comment