SEBA Class X Social Science History Chapter 1 MCQ Assamese Medium
{
"questions": [
{
"question": "ব্ৰিটিছ ভাইচ্ৰয় লৰ্ড কাৰ্জনে বংগদেশক দুভাগত ভাগ কৰা দিনটো আছিল—",
"options": [
"১৯২১ চনৰ ১৫ আগষ্ট",
"১৯০৫ চনৰ ১৬ অক্টোবৰ",
"১৯০৫ চনৰ ২০ জুলাই",
"১৯০৯ চনৰ ২৬ জানুৱাৰী"
],
"answer": 1
},
{
"question": "নৱগঠিত প্রদেশ পূৰ্ববংগ আৰু অসমৰ মুঠ জনসংখ্যা আছিল—",
"options": [
"৭১ নিযুত",
"৫০ নিয়ুত",
"৩১ নিযুত",
"২৬ নিযুত"
],
"answer": 2
},
{
"question": "কলিকতা টাউন হলত বিশাল জনসভা অনুষ্ঠিত কৰি বংগ ভংগবিৰোধী আন্দোলনৰ সূচনা কৰা দিনটো আছিল—",
"options": [
"১৮৯৭ চনৰ ৩১ জুলাই",
"১৯০৫ চনৰ ৭ আগষ্ট",
"১৯১৭ চনৰ ৫ অক্টোবৰ",
"ওপৰৰ এটাও নহয়"
],
"answer": 1
},
{
"question": "‘বংগলক্ষ্মী কটন মিল’ গঢ়ি উঠিছিল—",
"options": ["গুৱাহাটীত", "শিলিগুৰিত", "পাটনাত", "কলিকতাত"],
"answer": 3
},
{
"question": "‘বেংগল কেমিকেল্ছ’ স্থাপন কৰা ব্যক্তিজন হৈছিল—",
"options": [
"আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়",
"বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ",
"সুৰেন্দ্ৰনাথ বেনাৰ্জী",
"অৰবিন্দ ঘোষ"
],
"answer": 0
},
{
"question": "বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক-",
"options": ["অমৰ নাথ", "গিৰীশ কুমাৰ", "অমৃত প্রভা", "অম্বিকাগিৰি ৰায় চৌধুৰী"],
"answer": 3
},
{
"question": "১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল—",
"options": ["২৬ জানুৱাৰী", "১৬ অক্টোবৰ", "১৫ আগষ্ট", "১৪ মার্চ"],
"answer": 1
},
{
"question": "‘পূর্ব বংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল—",
"options": ["শ্বিলঙত", "পাকিস্তানত", "বংগদেশত", "ঢাকাত"],
"answer": 3
},
{
"question": "কোনজন ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল—",
"options": ["লর্ড মিন্টো", "লর্ড হামিল্টন", "লর্ড নেথানিয়েল কার্জন", "লর্ড ৰিপণ"],
"answer": 2
},
{
"question": "ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয়—",
"options": ["দিল্লীক", "বাংলাদেশক", "বংগদেশক", "ঢাকাক"],
"answer": 2
},
{
"question": "‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিল—",
"options": ["অমৃতলাল", "ভূপেন্দ্ৰনাথ দত্ত", "অৰবিন্দ ঘোষ", "মহিৰাম বসু"],
"answer": 1
},
{
"question": "বংগদেশৰ একত্ৰীকৰণ হৈছিল—",
"options": ["১৯১০ খ্ৰীঃ ২২ ডিচেম্বৰত", "১৯১১ খ্ৰীঃ ১২ ডিচেম্বৰত", "১৯১২ খ্ৰীঃ ২ ডিচেম্বৰত", "১৯১৩ খ্ৰীঃ ২২ ডিচেম্বৰত"],
"answer": 1
},
{
"question": "বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল—",
"options": ["১৯০২ চনৰ ৫ আগষ্ট", "১৯০৩ চনৰ ২৬ আগষ্ট", "১৯০৪ চনৰ ১৫ আগষ্ট", "১৯০৬ চনৰ ১১ মাৰ্চত"],
"answer": 3
},
{
"question": "‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ’ল—",
"options": ["আচার্য প্রফুল্ল ৰায়", "অমৃতলাল বসু", "গিৰীশ ঘোষ", "খীৰোদ প্ৰসাদ"],
"answer": 0
},
{
"question": "‘বংগলক্ষী কটন মিল’ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ’ল—",
"options": ["অম্বিকাগিৰী ৰায় চৌধুৰী", "নীলৰতন চৰকাৰ", "ভূপেন্দ্রনাথ", "লর্ড মিন্টো"],
"answer": 1
},
{
"question": "অসম নামৰ প্ৰদেশখন গঠন হৈছিল—",
"options": ["১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী", "১৮৮৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী", "১৮৮৫ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী", "১৮৮৭ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী"],
"answer": 0
},
{
"question": "ঢাকাক ৰাজধানী হিচাপে লৈ ‘পূব বংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ জনসংখ্যা হ’ল—",
"options": ["৫ কোটি ১০ লাখ", "৪ কোটি ৬০ লাখ", "৩ কোটি ১০ লাখ", "৬ কোটি ১০ লাখ"],
"answer": 1
},
{
"question": "‘বন্দে মাতৰম’ সংবাদপত্ৰৰ সম্পাদক—",
"options": ["সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়", "বংকিমচন্দ্ৰ চট্টোপাধ্যায়", "ৰবীন্দ্ৰনাথ ঠাকুৰ", "ঋষি অৰবিন্দ ঘোষ"],
"answer": 3
},
{
"question": "কাৰ নেতৃত্বত ‘ছাত্র সংসদ’ গঠন হৈছিল—",
"options": ["ৰবীন্দ্ৰনাথ ঠাকুৰ", "অমৃত লাল বসু", "অমৰেন্দ্ৰ নাথ", "সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়"],
"answer": 3
},
{
"question": "স্বদেশী আন্দোলনৰ সময়ত ৰচিত প্রমথনাথ ৰায় চৌধুৰীৰ গ্ৰন্থখন হ’ল—",
"options": ["জয় সংগীত", "জাপানী বীচ", "কেশৰী", "যুগান্তৰ"],
"answer": 0
}
]
}
Comments
Post a Comment