SEBA Class 10 Social science HSLC Question Paper 2025 MCQ
{ "questions": [ { "question": "১৯০৫ চনৰ বংগ বিভাজন সম্পর্কে তলৰ কোনকেইটা উক্তি সত্য? (i) ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ই ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনাৰ সূত্রপাত ঘটাইছিল। (ii) ইয়াক বংগদেশৰ ক্রমবর্ধমান জাতীয় জাগৰণক মষিমূৰ কৰিবলৈ কাৰ্যকৰী কৰা হৈছিল। (iii) শ্বিলঙক পূর্ববংগ আৰু অসমৰ ৰাজধানী কৰা হৈছিল। (iv) ই স্বদেশী আন্দোলনৰ সূত্রপাত ঘটাইছিল।", "options": [ "(i), (ii), (iv)", "(i), (iii), (iv)", "(ii), (iii), (iv)", "(i), (ii), (iii), (iv)" ], "answer": 3 }, { "question": "গোপাল কৃষ্ণ গোখলেই ব্ৰিটিছ চৰকাৰক 'নাইটহুড' উপাধি ঘূৰাই দিয়াৰ কাৰণৰ সর্বোৎকৃষ্ট ব্যাখ্যা কোনটো?", "options": [ "ব্ৰিটিছ চৰকাৰে যথোপযুক্ত শাসন প্রদানত ব্যর্থ হৈছিল", "ব্ৰিটিছ প...